Sunday, September 27, 2020

TOOTHACHE দাঁতৰ বিষ সমস্যা কি দৰে দুৰ কৰিব

দাঁতৰ বিষ TOOTHACHE সমস্যা কি দৰে দুৰ কৰিব

এই ৰোগ হোৱাৰ মুখ্য কাৰণ সমূহ হল


দাঁতৰ গুৰি বিলাক দুৰ্বল হলে , সঘনাই দাঁতৰ গুৰি ফুলা ৰোগ হলে, দাঁত খাৰে ধৰিলে বা (পুৰণি কথা মতে দাঁত পোকে খালে) আৰু শৰীৰত কেলচিয়াম অভাৱ হলেও দাঁতৰ বিষ হয়।

এই ৰোগৰ লক্ষণ সমূহ হল


প্ৰথমে পানী খালে দাঁতৰ গুৰি শিৰ শিৰাই আৰু পাছলৈ দাঁতৰ গুৰিত বিষ হবলৈ আৰম্ভ হয়। আৰু পাছলৈ অত্যন্ত বিষ হোৱাৰ ফলত দাঁত হৰুৱাবলৈ বাধ্য হব লগীয়া হয়।

এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল


১/ ভীম কলৰ পাতৰ মাজৰ কেঁচা ঠাৰি এডাল জুইত অলপ সেকি যিমান 

Friday, September 25, 2020

ANAEMIA ৰক্তহীনতা পৰা কি দৰে পৰিত্ৰাণ পাব

ANAEMIA ৰক্তহীনতা পৰা কি দৰে পৰিত্ৰাণ পাব


এই ৰোগ হোৱাৰ মুখ্য কাৰণ সমূহ হল


তেজত থকা হিমগ্লবিনৰ পৰিমাণ কমি গলে এই ৰোগ হব পাৰে। কোনো কাৰণত ৰক্তপাত , ৰক্ত স্ৰাৱ আৰু ঋতু স্ৰাৱ অধিক তেজ গলে, অৰ্শ ৰোগত বেছিকৈ তেজ গলে, দেহত লৌহ জাতীয় পদাৰ্থৰ অভাৱ হলে এই ৰোগ হোৱা দেখা যায়। খাদ্য প্ৰাণ ' খ' অৰ্থাৎ vitamin 'B' আৰু ফলিক এচিডৰ পৰিমাণ দেহত কম হলেও এই ৰক্ত হিনতা ৰোগে দেখা দিয়ে।
ৰক্তহীনতা

এই ৰোগ হোৱাৰ প্ৰধান লক্ষণ সমূহ হল


গাৰ ছালৰ বৰণ শেঁতা হৈ যায়। ভোক কম হবলৈ ধৰে। শৰীৰ লাহে লাহে দুৰ্বল হৈ আহে।