ANAEMIA ৰক্তহীনতা পৰা কি দৰে পৰিত্ৰাণ পাব
এই ৰোগ হোৱাৰ মুখ্য কাৰণ সমূহ হল
তেজত থকা হিমগ্লবিনৰ পৰিমাণ কমি গলে এই ৰোগ হব পাৰে। কোনো কাৰণত ৰক্তপাত , ৰক্ত স্ৰাৱ আৰু ঋতু স্ৰাৱ অধিক তেজ গলে, অৰ্শ ৰোগত বেছিকৈ তেজ গলে, দেহত লৌহ জাতীয় পদাৰ্থৰ অভাৱ হলে এই ৰোগ হোৱা দেখা যায়। খাদ্য প্ৰাণ ' খ' অৰ্থাৎ vitamin 'B' আৰু ফলিক এচিডৰ পৰিমাণ দেহত কম হলেও এই ৰক্ত হিনতা ৰোগে দেখা দিয়ে।
![]() |
ৰক্তহীনতা |
এই ৰোগ হোৱাৰ প্ৰধান লক্ষণ সমূহ হল
গাৰ ছালৰ বৰণ শেঁতা হৈ যায়। ভোক কম হবলৈ ধৰে। শৰীৰ লাহে লাহে দুৰ্বল হৈ আহে।
হাত ভৰি বিলাক ফুলিব ধৰে। বুকু ধপ ধপায় , মূৰ ঘূৰণী , ঊষাহ নিখাহ কষ্ট অনুভৱ হয়। চকুৰ পতা বগা পৰে। চকু সোমাই যায় আৰু অনেক সময়ত ৰোগী সংজ্ঞা হীন হৈ পৰে।
১/ গোল নেমো ৰস এক কাপত আধা কাপ পানী মিহলি কৰি কেইদিন মান খালে ৰোগী লাহে লাহে সুস্থ হবলৈ ধৰে।
২/ ২৫০ গ্ৰাম গাজৰৰ ৰসত পালেং শাকৰ ৰস ২০০ গ্ৰাম মিহলি কৰী খাব লাগে। ৰোগী সুস্থ হয় অতি সোনকালে।
৩/ আধা কাপ আমলখি ৰস ২ চা মুচ মৌ জোল আৰু ১/৪ বা চাৰি ভাগৰ এভাগ পানী মিহলি কৰি খালে ৰক্ত হীনতা ৰোগীয়ে যথেষ্ট আৰাম অনুভৱ কৰে।
৪/ কেঁচা পিয়াজ খালে তেজ বৃদ্ধি হয়।
৫/ নিতৌ তিনিবাৰ মৌ ৰস কোনো খাদ্য বস্তুৰ লগত খোৱা উচিত । এনে কৰিলে লাহে লাহে ৰোগী সবল হবলৈ আৰম্ভ কৰে।
৬/ আধা গিলাছ গাখীৰৰ লগত এটা গাজৰ টুকুৰা টুকুৰ কৰি শিজাই খাব লাগে। এনে কৰিলে শক্তি পোৱাৰ লগতে হিমগ্লবিনৰ পৰিমাণ বাঢ়ি যায়।
৭/ আধা গিলাছ পালেং শাকৰ ৰসত দুই চা মূচ মৌ মিহলি কৰি খালে শৰীৰত তেজ বৃদ্ধি হবলৈ ধৰে।
৮/ এটা নেমো ৰসত বিলাহী ৰস সম পৰিমাণৰ মিহলি কৰি খুৱাটো অতি প্ৰয়োজনিয় ।
৯/ আধা গিলাছ পালেং শাকত দুই চা মুচ মৌ জোল মিহলি কৰি দিনে এবাৰকৈ একেৰাহে দুমাহ খাব লাগে। এই দৰে ৰোগীক আকৌ সুস্থ হোৱাত সহায় কৰে।
১০/ দিনে ২০০ গ্ৰামকৈ আঙুৰ খোৱাৰ পাছত এক মুঠি কৈ পদিনা খাব লাগে। এই দৰে ৰোগীৰ তেজ বৃদ্ধি কৰিব পৰা যায়।
১১/ কা টা খুতুৰা ১০০ গ্ৰামকৈ প্ৰতি সাজ ত তৰকাৰী কৰী খাব লাগে।
খিছমিছ, নৰা বগৰী, গুৰ, আটলাছ, চয়াবিন, ধনীয়া, নৰ সিংহ পাত, খেজুৰি, আপেল, ফুলকবি, গাজৰ, মিঠি, শুকান মটৰ, বিলাহী, ৰহৰ দাইল, নহৰু, কেৰেলা আদি খাদ্য বস্তু সমুহ খোৱা অতিকৈ দৰকাৰী।
তেতেলী টেঙা, টেঙা জাতীয় খাদ্য বস্তু, মাদক দ্ৰব্য, ধূম্ৰপান,শুকান বস্তু, সহজে হজম নোহোৱা খাদ্য বস্তুৰ পৰা বিৰত থকাটো অতিকৈ প্ৰয়োজনিয়।
ৰক্তহীনতা নিৰ্মূল কৰাৰ উপায় সমূহ হল

এই ৰোগৰ সময়ত কি কি খোৱা দৰকাৰী
খিছমিছ, নৰা বগৰী, গুৰ, আটলাছ, চয়াবিন, ধনীয়া, নৰ সিংহ পাত, খেজুৰি, আপেল, ফুলকবি, গাজৰ, মিঠি, শুকান মটৰ, বিলাহী, ৰহৰ দাইল, নহৰু, কেৰেলা আদি খাদ্য বস্তু সমুহ খোৱা অতিকৈ দৰকাৰী।
এই ৰোগৰ সময়ত কি কি খোৱা অনুচিত