দাঁতৰ বিষ TOOTHACHE সমস্যা কি দৰে দুৰ কৰিব
এই ৰোগ হোৱাৰ মুখ্য কাৰণ সমূহ হল
এই ৰোগৰ লক্ষণ সমূহ হল
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
Read more
পৰা যায় বিষ হোৱা দাঁতেৰে কামুৰি ধৰিলে লাহে লাহে বিষ দুৰ হবলৈ আৰম্ভ কৰে।
২/ বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়।
৩/ মৰাণ আদা খুন্দি দাঁতেৰে চোবাই কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ দুৰ হৈ যায়।
৪/ ৫ টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু নিমখ পিহি বিষ হোৱা দাতত লগাব লাগে।
৫/ ৫ টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকীয়া হয় নাইবা ৫ টা লং পিহি এগিলাছ পানীত মিশ্ৰণ কৰি মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে।
৬/ সৰিয়হৰ তেল , নেমো ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দুৰ হয়।
৭/ পিপলি গুৰা , ঘিউ আৰু মৌ মিহলাই দাঁত মাজিব লাগে আৰু বিষ হোৱা দাতত প্ৰলেপ দিব লাগে।
৮/ ভেদাই লতা গুটি পিহি দাঁত মাজিলে বিষ লাহে লাহে দুৰ হৈ যায়।
৯/ হিং এটুকুৰা দাঁতেৰে কামুৰি ধৰিলে দাঁতৰ বিষ নাইকীয়া হবলৈ আৰম্ভ কৰে।
১০/ ফিতকিৰি পিহি বিষ হোৱা দাতত লগাব লাগে। এনে কৰিলে দাঁতৰ বিষ দুৰ হয়।
১১/ বগা লাটুমণি ৰ শিপাৰ ৰসেৰে মুখ কুলকুলিয়াবো লাগে।
১২/ বিয়নি হাৱতা শিপা কামুৰি থাকিব লাগে । এনেদৰে দাঁতৰ বিষ দুৰ কৰিব পাৰি।
১৩/ বঙালী এৰা থাৰিৰে মুখ ধুব লাগে।
লঘূ আহাৰ খাব লাগে। তিতাবেত গাজ জুইত সেকি বিষ হোৱা দাঁতেৰে চোবাই বা কামুৰি ধৰিব লাগে। মধুৰি আমৰ পাতৰ ৰস , কেহৰাজ, মহানিমৰ ছাল পুৰি সেই চাইৰে দাঁত মাজিব লাগে। কেলছিয়াম যুক্ত খাদ্য খোৱা ভাল। তিল চোবাই খাই পানী খাব লাগে।
টান আৰু মিঠা জাতীয় বস্তু খাব নালাগে।