Tuesday, July 11, 2023

মূৰ্চ্চা ৰোগ ( hysteria,Epilepsy)

 মূৰ্চ্চা ৰোগ ( hysteria,Epilepsy)

ই এক মানসিক ৰোগ, পুৰুষতকৈ নাৰীৰ এই ৰোগ বেছিকৈ হয়।

Headache
Hysteria 


এই ৰোগৰ কাৰণ সমূহ হল

এই ৰোগ স্নায়ু বিকৃত হোৱাৰ কাৰণে হয়। অধিক চিন্তা , মানসিক অশান্তি , অত্যন্ত কাম ভাৱ , অতিৰিক্ত মকমৰম, অনিয়মীয়া ঋতু শ্ৰাৱ , জৰায়ু বিকাৰ, শাৰীৰিক দুৰ্বলতা,

Monday, July 10, 2023

গৰ্ভপাত ABORTION

 গৰ্ভপাত ABORTION

সাত মাহৰ আগতে গৰ্ভ নষ্ট হোৱা গৰ্ভ পাত বোলে। ইয়াৰ পিছত হোৱা গৰ্ভ নষ্টক অকাল প্রসৱ হে বোলা হয়।

Pregnancy
Pregnancy গৰ্ভ ধাৰণ কৰা 


 এই ৰোগৰ কাৰণ সমূহ হল

পেটত আঘাত পালে , গধূৰ বস্তু দঙা - মেলা কৰিলে, অতিৰিক্ত পৰিশ্ৰম, হঠাতে পৰি শৰীৰ ত দুখ পালে , স্বামীৰ

Wednesday, January 19, 2022

নিম্ন ৰক্ত চাপ LOW BLOOD PRESSURE

 নিম্ন ৰক্ত চাপ LOW BLOOD PRESSURE

এই ৰোগ হোৱাৰ প্ৰধান কাৰণ সমূহ হল

দেহত পুষ্টিকৰ খাদ্য অভাৱ হলে নিম্ন ৰক্ত চাপ হব পাৰে। বংশগত ৰোগ বুলিও বহু চিকিৎসকে কয়। তেজৰ পৰিমাণ কম হলেও এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

নিৰাময়

এই ৰোগ হোৱাৰ প্ৰধান লক্ষণ সমূহ হল

শৰীৰ দুৰ্বল হয়। স্বাস্থ্যৱান মানুহ এজনৰ নিয়ামিত ৰক্ত