Cold পানী লগা জ্বৰ
এই ৰোগ হোৱাৰ কাৰণ সমূহ হলঠাণ্ডা লাগিলে, বৰষুণত টিতিলে, নাকত ধূলি সোমালে সাধাৰণতে এই ৰোগ হয়। সাধাৰণতে ষ্ট্ৰেপটোকক্বাচ, ষ্টাফিলোক্কাচ, ইনফ্লুৱেঞ্জা ভাইৰাছ, নিউমোনিয়া আদি জীৱাণুৰ দ্বাৰা এই ৰোগ হয়। নাক আৰু মুখে দি এই ৰোগৰ জীৱাণুৰ দেহত প্ৰৱেশ কৰে।