PIMPLE শালমইনা কেনেদৰে আঁতৰ কৰিব পাৰি বা কি কাৰণে হয়
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
টোপনি খতি, হস্ত মৈথুন, শৰীৰৰ দূষিত পদাৰ্থ সমূহ বাহিৰ ওলোৱাত কোনো প্ৰকাৰৰ বাধা পৰিলে, শুক্ৰ কোষত বা দিম্ব কোষত অধিক জমা হলে , অধিক স্বপ্ন দোষ হলে, বিৰ্য্য ওলোৱা ত জোৰেৰে বন্ধ কৰিবলৈ চেষ্টা কৰিলে আৰু দুশ্চিন্তা কৰিলে pimple বা শাল মইনা হবলৈ ধৰে । আৰু নতুন কৈ যৌৱন প্ৰাপ্তি সময়তো এই ৰোগ হোৱা দেখা যায়।![]() |
Neeramoy |
এই ৰোগৰ লক্ষণ সমূহ হল
মুখ মণ্ডলত সৰু সৰু ফুহা উঠে । কেতিয়াবা শৰীৰৰ আন ঠাইতো হব পাৰে। প্ৰথমে ছাল ৰঙা হৈ ফোঁহা দৰে উঠি আহে আৰু পিছত বিষ অনুভৱ হবলৈ ধৰে। পকিলে ফোঁহা বিলাক চেপিলে বগা বগা একোডাল ওলায়। শাল মইনা সাধাৰণতে যুৱক আৰু যুৱতী সকলৰহে হোৱা দেখা যায়।এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
![]() |
Neeramoy |
২/ মচুৰ দাইল ঘিউত ভাজি তাক বতি লৈ বা পিচি লৈ এৰা গাখীৰ লগত মিহলি কৰি মুখত কিছু সময় প্ৰলেপ দিলে শাল লাহে লাহে নাইকিয়া হৈ ছাল খন মিহি হবলৈ আৰম্ভ কৰে।
৩/ গোল নেমু ৰস ৰাতিপুৱা শুদা পেটত আৰু ৰাতি হোৱাৰ আগতে খাব লাগে আৰু লগতে এটা গোল নেমো ফালি তাৰ ৰস মুখত ভালদৰে ঘঁহি লগাব লাগে এনে ধৰণে কৰিলে এই ৰোগ অতিকৈ সোনকালে দুৰ কৰিব পাৰি।
৪/ সৰিয়হ ২০ গ্ৰাম মান বতী বা পিছি লৈ শাল মইনা হোৱা ঠাইত লগালে অতি কম দিনৰ ভিতৰতে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
এই ৰোগ হৈ থকা অৱস্থাত কি কি খোৱা দৰকাৰী
![]() |
Neeramoy |